Word nathan - Wiki



as

bcl

cs

da

de

en

enus

es

et

fi

fr

hr

it

ja

nb

nl

pl

pt

sk

tl

vi

Name Wiki Map

nathan
natthan
nāthan
nathān

nathan (Assamese)

Wiki



ত্ৰিমূৰ্তি হৈছে হিন্দু ধৰ্মৰ এক ধাৰণা। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ ( শিৱ) এই তিনিওঁজন ঈশ্বৰক সমূহীয়াভাৱে ‘ত্ৰিমূৰ্তি’ ৰূপে নামাকৰণ কৰা হৈছে। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা যিজনে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল আৰু পৃথিৱীত মানুহৰ নিৰ্মান কৰিছিল। সেয়ে সকলো প্ৰাণী আৰু সকলো বস্তুৰ পিতা বুলি কোৱা হয়। তাৰপিছত আছে বিষ্ণু, যিজনে এই ধৰাত মানুহৰ পালন কৰে তথা জীৱনৰ সকলো সমস্যাৰ কিদৰে সন্মূখীন হ’ব লাগে সেই শিক্ষা দিয়ে। সৰ্বশেষত আছে শিৱ অথবা "মহেশ্বৰ", যিজনে মানুহক তথা সৃষ্টিৰাজিৰ প্ৰয়োজন অনুসৰি সংহাৰ কৰে। আনহাতে এই তিনিজন হিন্দু সৃষ্টিদেৱতাৰ পত্নীসকলক একেলগে "ত্ৰিদেৱী" বুলি কোৱা হয়।এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্তি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পত্নী সৰস্বতী, পালনকৰ্তা বিষ্ণুৰ পত্নী লক্ষ্মী আৰু সংহাৰকৰ্তা শিৱৰ পত্নী পাৰ্বতী।

Wikipedia.org



Online users

115
 24
 18
 13
 5
 5
 4
           

         
Try something new!
Language:

-